This browser does not support the video element.
আমগুৰি: বিধ্বস্ত মেহগড় আলি পথ আৰু কাঠকটীয়া বৰুৱা আলি পথে যমৰ যাতনা ভুগাইছে পথচাৰীক #jansamasya
Amguri, Sivasagar | Aug 24, 2025
বিধ্বস্ত মেহগড় আলি পথ আৰু কাঠকটীয়া বৰুৱা আলি পথে যমৰ যাতনা ভুগাইছে পথচাৰীক ।শিৱসাগৰ জিলাৰ চামগুৰিৰ পৰা হালোৱাটিং সংযোগী মেহগড় আলি পথ আৰু আমগুৰিৰ পৰা মিছাজান সংযোগী পথ কাঠকটীয়া বৰুৱা আলি পথৰ বিধ্বস্ত ৰূপে যমৰ যাতনা ভুগাইছে পথচাৰী সকলক।বাৰুকৈয়ে যাতায়াতত সমস্যাত পৰিছে দৈনিক বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰী সকল।এই দুটাকৈ বিধ্বস্ত পথ চকুত নপৰে চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ।স্থানীয় ৰাইজ তথা দল সংগঠনে এই বিধ্বস্ত পথ দুটা শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দেওবাৰে দাবী জনাইছে।