Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাটৰ অঁকা তিনিআলিত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা,দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা, আহত ৩

Golaghat, Golaghat | Oct 2, 2025
গোলাঘাটৰ অঁকা তিনিআলিত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা,আহত ৩ জন যাত্ৰী। দুৰ্ঘটনাত আহত আটাইকেইগৰাকী নাগালেণ্ডৰ ডিমাপুৰৰ।আহতসকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। গোলাঘাট অভিমুখী বাহন খনে অঁকা তিনি আলিত নিয়ন্ত্ৰণ হেৰুৱাই চাৰ্কোলত খুন্দা মাৰি পথৰ কাষৰ বিদ্যুতৰ খুটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলত সংগঠিত হয় দুৰ্ঘটনাটো।
Read More News
T & CPrivacy PolicyContact Us