Download Now Banner

This browser does not support the video element.

লংকা: APCC সম্পাদক বিশ্বজিৎ ৰয় চৌধুৰী সহ কংগ্ৰেছৰ এটি দলে লামডিং সমষ্টিত জিলা কংগ্ৰেছৰ সা:সম্পাদকৰ পিতৃৰ আদ্ৰস্বাৰ্ধত উপস্থিত

Lanka, Hojai | Sep 10, 2025
কংগ্ৰেছ দলৰ এ পি চি চিৰ সম্পাদক বিশ্বজিৎ ৰয় চৌধুৰী সহ জিলা কংগ্ৰেছৰ এটি দলে লামডিং সমষ্টিত হোজাই জিলা কংগ্ৰেছৰ সা: সম্পাদকৰ পিতৃৰ আদ্ৰস্বাৰ্ধত উপস্হিত হৈ শোকসন্তপ্ত পৰিয়ালটোক সান্তনা দিয়ে। উক্ত ক্ষণত কংগ্ৰেছ দলৰ এপিচিচিৰ সম্পাদক বিশ্বজিৎ ৰয় চৌধুৰীৰ লগত উপস্থিত থাকে হোজাই জিলা কংগ্ৰেছ দলৰ কেইবাজনো নেতা কৰ্মী।
Read More News
T & CPrivacy PolicyContact Us