Download Now Banner

This browser does not support the video element.

হেলেম: গহপুৰত আদিবাসী সম্প্ৰদায়ৰ লোকক ২০২৬ ৰ নিৰ্বাচনত বিবেক ভোট দিবলৈ আহ্বান আছা কেন্দ্ৰীয় সভাপতি ৰেজান হৰ'ৰ

Helem, Biswanath | Aug 31, 2025
গহপুৰৰ নয়া ঘগৰা চাহ বাগিছাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশত কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজান হৰ অংশ গ্ৰহণ কৰি আদিবাসী সকলক জনজাতি কৰণ, মাটিৰ পট্টা প্ৰদান, জাতিগত প্ৰমাণ পত্ৰ প্ৰদান,BTR অঞ্চলত থকা শৰণাৰ্থীসকলক সংস্থাপন দিয়া, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু BTRত আদিবাসী গাঁৱৰ অন্তৰ্ভুক্তিকৰণৰ বিৰুদ্ধিতাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰি শেষত আদিবাসী সম্প্ৰদায়ৰ লোকক ২০২৬ ৰ নিৰ্বাচনত বিবেক ভোট দিবলৈ আহ্বান কৰে ।
Read More News
T & CPrivacy PolicyContact Us