Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত  বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দীপক দে'ৰ চিইএম তুলিৰাম ৰংহাঙ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বিৰোধিতা জাকাছৰ

Diphu, East Karbi Anglong | Aug 27, 2025
বুধবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত ডিফুত জইণ্ট একছন কো অৰ্ডিনেছন কমিটি ফৰ অট'নমাছ ষ্টেট চমুকৈ জাকাছৰ নেতৃবৰ্গই এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল সম্বোধন কৰি জাকাছৰ অধ্যক্ষ ষ্টেলিন ইংতিয়ে হাওৰাঘাটৰ চামগুৰিত সদৌ অসম বেঙ্গলী যুৱ ছাত্ৰ ফেডাৰেছন ৰ সভাপতি দিপক দেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙক গাদীত উঠাবও পাৰে নমীবও পাৰে বুলি কৰা বিতৰ্কিত মন্তব্যৰ গৰিহণা দিয়ে ৷ বেঙ্গলী নেতা গৰাকীক এনে মন্তব্য নকৰিবলৈ সকিয়াই দিয়ে ইংতিয়ে ৷
Read More News
T & CPrivacy PolicyContact Us