Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়া মহাবিদ্যালয়ত এবিপিভিপিৰ প্ৰতিবাদ,গোৱালপাৰা মহাবিদ্যালয়ত এনএছইউআইৰ নেতাৰ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ
Rangia Part, Kamrup | Sep 13, 2025
শনিবাৰে ৰঙিয়া মহাবিদ্যালয়ত ABVPৰ উত্তাল প্ৰতিবাদ। গোৱালপাৰা মহাবিদ্যালয়ত NSUIৰ ভণ্ডনেতা ফিৰোজ আহমেদে এগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাক লৈ প্ৰতিবাদ। নাৰী নিৰ্যাতনৰ প্ৰতিবাদ স্বৰূপে আজি ৰঙিয়া মহাবিদ্যালয়ৰ সন্মুখত ABVP ৰঙিয়াৰ সদস্য সকলে পুত্তলিকা দাহন আৰু প্ৰতিবাদী কার্যসূচী ৰূপায়ণ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!