Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ ২ নং ৰেল গেইটৰ সমীপৰ ৰেল লাইনৰ দাঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ, ৰেল আৰক্ষীৰ তদন্ত অব্যাহত

Lanka, Hojai | Sep 1, 2025
লংকাৰ ২নং ৰেলগেইটৰ সমিপৰ ৰেল লাইনৰ দাঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ।স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি খৱৰ দিয়ে লংকা ৰেল আৰক্ষীক।বাতৰি সংগ্রহ কৰা সময়লৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ প্ৰকৃত পৰিচয়।ঘটনা সন্দৰ্ভত লংকা ৰেল আৰক্ষীৰ তদন্ত অব্যাহত।ঘটনা সন্দৰ্ভত সোমৱাৰে দুপৰীয়া ১ মান বজাত লংকাত মন্তব্য স্হানীয় ব্যক্তিৰ।
Read More News
T & CPrivacy PolicyContact Us