Download Now Banner

This browser does not support the video element.

নলবাৰী: ১ অক্টোবৰৰ পৰা সন্ধানহীন এজন লোক, লোকজনৰ ঘৰ নলবাৰী সুৰাদীৰ

Nalbari, Nalbari | Oct 7, 2025
নলবাৰীৰ পৰা সন্ধানহীন এজন লোক :লোকজনৰ ঘৰ নলবাৰী সুৰাদীৰ । সন্ধানহীন লোকজনৰ নাম ফজাল আলী । যোৱা ১ অক্টোবৰ ৰ পৰা সন্ধানহীন হৈ আছে লোক জন।কাণেৰে কম শুনে লোকজনে । এই লোকজনক কোনো লোকে দেখিলে পৰিয়ালৰ লোকক যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
Read More News
T & CPrivacy PolicyContact Us