Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: চাংসাৰিত মালবাহী ট্ৰেইন লাইনচ্যুত, নামনিমুৱা আছিল মালবাহী ৰে'লখন, সমিপৱৰ্তী ষ্টেচন সমূত আৱদ্ধ ৫ খনকৈ যাত্ৰীবাহী ৰে’ল
North Guwahati Part, Kamrup | Aug 31, 2025
দেওবাৰে চাংসাৰিত মালবাহী ট্ৰেইন লাইনচ্যুত । ৰে'ল লাইনত ব্যাঘাত হৈ লাইনচ্যুত হয়। নামনিমুৱা আছিল মালবাহী ৰে'লখন।চাংসাৰি ৰে'ল ষ্টেচনৰ সমীপৱৰ্তী ষ্টেচন সমূত প্ৰায় ৫ খনকৈ যাত্ৰীবাহী ট্ৰেইন আবদ্ধ হৈ আছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!