Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: গাঁৱে গাঁৱে ব্যৱসায় কৰা মৰিয়া যুৱকক হাৰাশাস্তি নকৰিবলৈ আহ্বান লীলাবাৰীত মৰিয়া যুৱ ছাত্ৰ সন্থা জিলা সমিতিৰ

North Lakhimpur, Lakhimpur | Aug 22, 2025
আলী, হুছেইন লিখিলেই মিঞা বা বাংলাদেশী নহয় । গাঁৱে গাঁৱে ব্যৱসায় কৰা মৰিয়া যুৱকক শাৰাশাস্ত্ৰী নকৰিবলৈ অসমবাসী ৰাইজলৈ আহ্বান লীলাবাৰী মৰিয়া গাঁৱত শুক্ৰবাৰে সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ ।ৰাজ্যত উজনি অসমত মিঞা খেদাৰ নামত মৰিয়া জনগোষ্ঠী, খিলঞ্জীয়া লোক সকলক শাৰাশাস্ত্ৰী কৰাৰ ঘটনা পুহৰলৈ আহিছে ।এই ঘটনা সহজ ভাবে লব পৰা নাই সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে ।
Read More News
T & CPrivacy PolicyContact Us