Download Now Banner

This browser does not support the video element.

মৰাণ: কোটোহাত আজাদ মাদানীৰ বিৰুদ্ধে প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত বিজেপি কৰ্মীয়ে

Moran, Dibrugarh | Aug 23, 2025
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত দৰে আজাদ মাদানীৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।  অসম আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কোটোহাত জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে শ শ বিজেপি কৰ্মীয়ে । বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত হোৱা এই প্ৰতিবাদত বিজেপি কৰ্মী সকলে ভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us