Install App
ud.news
This browser does not support the video element.
গোলাঘাট: জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ প্ৰদানৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ অগপৰঃ গোলাঘাটত জনালে মন্ত্ৰী অতুল বৰাই
Golaghat, Golaghat | Oct 6, 2025
জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ প্ৰদানৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ অগপৰ। সোমবাৰে দিনৰ প্ৰায় ৩.৩০ মান বজাত গোলাঘাটত জনালে মন্ত্ৰী অতুল বৰাই। জুবিন গাৰ্গৰ ন্যায় মন্ত্ৰীগৰাকীয়ে মনে-প্ৰাণে বিচাৰে বুলি উল্লেখ কৰি এইক্ষেত্ৰত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি কয়। লগতে সংগীতৰ ৰাজপুত্ৰগৰাকীৰ অকাল মৃত্যু অসমৰ সমাজ জীৱনৰ বাবেই এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!