Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ অনুবাদত আৰু ৰাজ লক্ষ্মী বৰাৰ কণ্ঠত সুধাকণ্ঠৰ আহ আহ ওলাই আহ গীতটোৰ কাৰবি অডিঅ-ভিজুৱেল মুকলি

Diphu, East Karbi Anglong | Sep 7, 2025
কাইলৈৰ পৰা দেশজুৰি আৰম্ভ হ’ব সুধাকন্ঠ ড° ভূপেন হাজৰিকা জন্ম শতবৰ্ষ ৷ তাৰ লগত সংগতি ৰাখি দেওবাৰে দিনৰ প্ৰায় ২ মান বজাত সুধাকন্ঠৰ “ আহ আহ ওলাই আহ সজাগ জনতা ” গীতটোৰ পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ কাৰ্বি অনুবাদত আৰডি প্ৰডাকছনৰ ৰাজ লক্ষ্মী বৰাৰ কণ্ঠত অডিঅ-ভিজুৱেল মুকলি কৰে কাৰবি সাংস্কৃতিক সমাজৰ সভাপতি হোমছিং বেয়ে ৷ পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ অনুবাদৰ গীতটোৰ মুকলি কৰি হোমছিং বেয়ে কয়যে, সুধাকন্ঠৰ কালজয়ী গীত সমূহকলৈ আমি গৌৰৱ কৰো ৷
Read More News
T & CPrivacy PolicyContact Us