Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙৰ বাগান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত ক্ষতিগ্ৰস্ত হয় বিলাসী বাহন, কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

Moran, Dibrugarh | Sep 11, 2025
খোৱাঙৰ বাগান তিনিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত ক্ষতিগ্ৰস্ত হয় বিলাসী বাহন। কথমপি প্ৰাণ ৰক্ষা বিলাসী বাহনত থকা যাত্ৰীসকলৰ। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us