This browser does not support the video element.
কোকৰাঝাৰ ভাগ: পদ্মবিলৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক পথ দুৰ্ঘটনা থিতাতে নিহত এজন যুৱক
Kokrajhar Part, Kokrajhar | Sep 12, 2025
গোসাইগাঁওৰ পদ্মবিলৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ানক পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। গোসাইগাঁওৰ পদ্মবিলত শুকুৰবাৰে দিনৰ ১২ বজাত ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত কাতিমালা সিংগাৰ পুত্ৰ মাহানন্দ সিংহ নামৰ ২২ বছৰীয়া যুৱক ঘটনাস্থলীতেই প্ৰাণ হেৰুৱায় বুলি জানিব পৰা গৈছে। যুৱক জনৰ ঘৰ চিৰাং জিলাৰ পেটলাগাওঁত বুলি জানিব পৰা গৈছে।