This browser does not support the video element.
দেৰগাঁও: দেৰগাঁৱত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন,এহেজাৰ শিল্পীৰ পৰিৱেশন মানুহে মানুহৰ বাবে,মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ
Dergaon, Golaghat | Sep 8, 2025
দেৰগাঁৱত সোমবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। একেলগে এহেজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে মানুহে মানুহৰ বাবে। দিনৰ প্ৰায় ১২ বজাত মন্ত্ৰী অতুল বৰাৰ অংশগ্ৰহণ। দেৰগাঁও সমজিলা প্ৰশাসন আৰু বহুকেইটা দল সংগঠনৰ উদ্যোগত অনুষ্ঠিত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত এহেজাৰ শিল্পীৰ একেলগে সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰী বৰাৰ লগতে ৰাজনীতিৰ উৰ্দ্ধত গৈ বহুকেইটা ৰাজনৈতিক দলৰ বিষয়ববীয়া উপস্থিত থাকে।