This browser does not support the video element.
নলবাৰী: দিহজাৰীত ৫৬ সংখ্যক সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন,দিহজাৰী লক্ষ্মী মন্দিৰত ভক্তৰ ভিৰ
Nalbari, Nalbari | Oct 6, 2025
আজি ধন আৰু ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা।লক্ষ্মী পূজাক লৈ চৌদিশে সকলো ব্যস্ত পৰিছে।ইফালে নলবাৰীৰ দিহজাৰী লক্ষ্মী পূজাস্থলীতো ভৰি পৰিছে ভক্তৰে। ভক্ত সকলে মনৰ আশা পূৰণৰ অৰ্থে লক্ষ্মী মন্দিৰত ধূপ চাকি , শৰাই , নৈবেদ্য আগবঢ়াই।আনহাতে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হোৱা পূজাত ৰাতিপুৱাৰে পৰা ভিন্ন কাৰ্য্যাসূচীৰে আৰম্ভ হোৱা পূজাস্থলিত সন্ধিয়া ভাগত লোকে লোকাৰণ্য হৈ পৰিছে পূজাস্থলি,ইফালে সন্ধিয়া পূজাস্থলীত ওজাপালি প্ৰদৰ্শন কৰা হয়। পূৰোহীতৰ মন্ত্ৰ উচ্ছাৰণৰে আৰম্ভ হৈছে