Download Now Banner

This browser does not support the video element.

ছয়গাঁও: ছয়গাঁৱত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

Chhaygaon, Kamrup | Oct 1, 2025
সমগ্ৰ অসমতে আজি মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাৰ সমান্তৰাল ভাৱে ছয়গাঁৱটো শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অতি মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱায় শোকত ভাঙি পৰিছে সাধাৰণ ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us