This browser does not support the video element.
তেজপুৰ: তেজপুৰত দিন দুপৰতে এগৰাকী শিক্ষয়িত্ৰীক শাৰীৰিক ভাবে অপদস্থ কৰিলে অইন এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে
Tezpur, Sonitpur | Aug 23, 2025
তেজপুৰত দিন দুপৰতে এগৰাকী শিক্ষয়িত্ৰীক শাৰীৰিক ভাবে অপদস্থ কৰিলে অইন এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে । বিদ্যালয়লৈ যোৱাৰ পথত শিক্ষয়িত্ৰীগৰাকীক প্ৰহাৰ কৰাৰ লগতে শালিনতা শানিৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। শিক্ষয়িত্ৰীৰ এজাহাৰৰ ভিত্তিত শনিবাৰে দিনৰ ১ বজাত তদন্তৰ বাবে শিক্ষকগৰাকীক আটক কৰে বৰঘাট আৰক্ষীয়ে। উল্লেখ্য যে এগৰাকী কম বয়সৰ ছাত্ৰৰ বয়স বঢ়াই চাৰ্টিফিকেট বনাবলৈ শিক্ষয়িত্ৰী গৰাকীক হেচা প্ৰয়োগ কৰিছিল এগৰাকী প্ৰধান শিক্ষকে ৷