This browser does not support the video element.
হোজাই: জিলা সদৰত আজি অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় লোক আদালত
Hojai, Hojai | Sep 13, 2025
জিলা সদৰত আজি অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় লোক আদালত। হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালতৰ চৌহদত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় লোক আদালত।উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ন্যায়িক আদালতৰ গোচৰ যেনে ফৌজাদাৰী গোচৰ, দেৱানী গোচৰ,বিজুলী মাছুলৰ গোচৰ, বেংকৰ লেনদেনৰ লোণ সমন্ধীয় গোচৰ আদিৰ নিস্পত্তিকৰণ কৰা হৈছে।