Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: বিহালীত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অধীনত জটিল আৰু দীৰ্ঘকালীন ৰোগত আক্ৰান্ত লোকক চেক প্ৰদান সাংসদ ৰঞ্জিত দত্তৰ
Biswanath, Biswanath | Aug 24, 2025
“মুখ্যমন্ত্ৰী সাহায্য পুঁজি“ৰ অধীনত বিভিন্ন জটিল আৰু দীৰ্ঘকালীন ৰোগত আক্ৰান্ত শোণিতপুৰ লোকসভা সমষ্টিৰ ৩২৪ গৰাকী ৰোগীৰ সাংসদ ৰঞ্জিত দত্তৰ জৰিয়তে আৰ্থিক সহায়ৰ বাবে চেক আৱন্টন হয়।তাৰে পৰিপ্ৰৰেক্ষিতত বৰগাং স্থিত সাংসদ ৰঞ্জিত দত্তৰ বাসগৃহত আজি পুৱাই বিহালী বিধানসভা সমষ্টিৰ কিছু সংখ্যক ৰোগী তথা তেখেতসকলৰ আত্মীয়ক চেকসমূহ বিতৰণ কৰে সাংসদ ৰঞ্জিত দত্তই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!