Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: আলিছিঙা শ্ৰীশ্ৰী দুৰ্গা পূজা উদ্‌যাপন সমিতিৰ উদ্যোগত আলিশিঙাত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

Dhekiajuli Part, Sonitpur | Oct 4, 2025
আলিছিঙা শ্ৰীশ্ৰী দুৰ্গা পূজা উদ্‌যাপন সমিতিৰ উদ্যোগত শনিবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত আলিশিঙাত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত এতিয়া সৰ্বত্ৰে গভীৰ শোকৰ ছাঁ পৰিছে ৷ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰিয় শিল্পী গৰাকীক জনাইছে শ্ৰদ্ধাঞ্জলি ৷ সমান্তৰালভাৱে আজি ঢেকীয়াজুলিৰ আলিশিঙাত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি ৷
Read More News
T & CPrivacy PolicyContact Us