Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: পাভজানত ভয়ংকৰ পথ দুৰ্ঘটনা,সুৰামত্ত টেইলৰে চালকে মহতিয়াই নিয়ে দুখনকৈ বাহন, গুৰুতৰভাবে আহত ৪

Sarupathar, Golaghat | Aug 26, 2025
পাভজানত মঙ্গলবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। সুৰামত্ত টেইলৰে চালকে মহতিয়াই নিয়ে দুখনকৈ বাহন। ফলত গুৰুতৰভাবে আহত ৪জন। টেইলাৰৰ খুন্দাত বিধ্বস্ত হৈ পৰে বলেৰ' নিঅ' আৰু টাটা যোদ্ধা।কোনোমতে প্ৰাণ ৰক্ষা পৰে বলেৰ' নিঅ' আৰু টাটা যোদ্ধা বাহনৰ চালকসহ চাৰিজন। বৰপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। দুৰ্ঘটনাগ্ৰস্ত টেইলাৰ খনৰ নম্বৰ হৈছে HR 64- 8190, বলেৰ' নিঅ' আৰু টাটা যোদ্ধা বাহনৰ নম্বৰ ক্ৰমে AS 05 U 4801 আৰু NL 07 AA 2384।
Read More News
T & CPrivacy PolicyContact Us