Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত ইউপিপিএলৰ চাৰি প্ৰাৰ্থীই মনোনয়ন দাখিল

Kokrajhar Part, Kokrajhar | Sep 1, 2025
কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ত সোমবাৰে আবেলি ৩ বজাত ইউপিপিএলৰ চাৰি প্ৰাৰ্থীই মনোনয়ন দাখিল কৰে। কোকৰাঝাৰ জিলাৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ লগতে ইউপিপিএলৰ বাওখুংগ্ৰী সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী , বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্ম, ফকিৰাগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী আফজাল হক সৰকাৰে কোকৰাঝাৰত সহ ৰিটাৰ্ণিং  বিষয়াৰ ওচৰত দাখিল কৰিলে মনোনয়ন পত্ৰ । মনোনয়ন দাখিল কৰিবলৈ বিশাল সমদলেৰে উপস্থিত হয় প্ৰাৰ্থীসকল ।
Read More News
T & CPrivacy PolicyContact Us