This browser does not support the video element.
ধেমাজি: ঐতিহাসিক ঘুগুহা দৌল পৰিদৰ্শন সাংসদ প্ৰদান বৰুৱাৰ, পৰিদৰ্শন কৰি বিভিন্ন দিশত আলোচনা
Dhemaji, Dhemaji | Aug 26, 2025
মঙ্গল বাৰে আবেলি চাৰি বজাত ধেমাজি ৰ ঐতিহাসিক ঘুগুহা দৌল পৰিদৰ্শন সাংসদ প্ৰদান বৰুৱাৰ, ' ইতিহাস আহোম বুৰঞ্জীৰ প্ৰসিদ্ধ আধ্যাত্মিক পীঠভূমি এই ঘুগুহা দৌল।আজি দৌল পৰিদৰ্শন কৰি পৰিচালনা সমিতিৰ সৈতে বিভিন্ন বিষয়ৰ সন্দৰ্ভত মত- বিনিময়ৰ কৰা লগতে অসমৰ ঐতিহ্য আৰু সংস্কৃতি ভৰ পুৰ ঐতিহাসিক দৌল টোক কি দৰে আগুৱাই নি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি এই সন্দৰ্ভত