Install App
nalbarinews
This browser does not support the video element.
পশ্চিম নলবাৰী: নলবাৰীৰ বিহামপুৰৰ দূৰ্গা পূজাস্থলীত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী
Pachim Nalbari, Nalbari | Sep 27, 2025
নলবাৰীৰ বিহামপুৰৰ দূৰ্গা পূজাস্থলীত উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,আজিৰেপৰা আৰম্ভ হৈছে বিহামপুৰত শাৰদীয় দূর্গা পূজা ।পূজাস্থলীত নিশা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপস্থিত হৈ পূজা অৰ্চনা কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!