Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাঙত ৰে'ল দলঙৰ ওপৰত উঠি ভিডিঅ’ বনাবলৈ যোৱাটোৱেই কাল হ'ল এজন যুৱকৰ, ৩ দিনে সন্ধান নাই বুঢ়ীদিহিঙত সন্ধানহীন হোৱা যুৱক

Moran, Dibrugarh | Aug 27, 2025
ৰে'ল দলঙৰ ওপৰত উঠি ভিডিঅ’ বনাবলৈ যোৱাটোৱেই কাল হ'ল ডিব্ৰুগড় জিলা খোৱাঙৰ এজন যুৱকৰ বাবে । খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা ৰে'লৰ দলঙত বিদ্যুৎ প্ৰবাহিত হৈ তিনি দিনে সন্ধান নাই এজন যুৱকৰ । যুৱক জনক উদ্ধাৰ বাবে বুঢ়ীদিহিং নদীত অভিযান চলাই আছে যদিও যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই
Read More News
T & CPrivacy PolicyContact Us