Download Now Banner

This browser does not support the video element.

জলহ ভাগ: ঘোৰামাৰা গাঁও আৰু উত্তৰ বংশীবাৰী গাঁওৰ এক শতাধিক লোকে কৰিলে বিজেপিত যোগদান।

Jalah Part, Baksa | Aug 22, 2025
আজি ঘোৰামাৰা গাঁও আৰু উত্তৰ বংশীবাৰী গাঁওৰ এক শতাধিক লোকে কৰিলে বিজেপিত যোগদান।  বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত EM গৌতম দাসৰ নেতৃত্বত যোগদান কাৰ্যসূচী ৰূপায়ণ । বিটিচিৰ মথনগুৰী পৰিষদীয় সমষ্টিত প্ৰতিদিনেই প্ৰায় হৈ আছে যোগদান প্ৰক্ৰিয়া। বিজেপিৰ কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ আজি এক শতাধিক লোকে কৰিলে বিজেপিত যোগদান।
Read More News
T & CPrivacy PolicyContact Us