This browser does not support the video element.
ধেমাজি: চিমেন চাপৰিত শৰীৰ চৰ্চা কেন্দ্ৰ শুভ উদ্ধোধন অনুষ্ঠান, উপস্থিত বিধায়ক BKWAC CEM
Dhemaji, Dhemaji | Sep 28, 2025
দেওবাৰে আবেলি 5 বজাত চিমেন চাপৰি অঞ্চলত ক্ৰীড়াৰ প্ৰতি বিশেষ সজাগতা বৃদ্ধি কৰাৰ বাবে চিমেন চাপৰি ক্ৰীড়া সন্থাই নতুনকৈ আৰম্ভ কৰা শৰীৰ চৰ্চা কেন্দ্ৰটি আজি শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি উক্ত খনত অঞ্চল টোৰ প্ৰতিভাসম্পন্ন খেলুৱৈ সকলক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয় । লগতে শৰীৰ চৰ্চা কেন্দ্ৰটিয়ে বৃহত্তৰ অঞ