Install App
usr509065
This browser does not support the video element.
মৰাণ: খোৱাঙত সংঘটিত হ'ল ভয়ংকৰ অঘটন, বুঢ়ীদিহিং নদীৰ ওপৰত থকা ৰে'লৰ দলঙত বিদ্যুৎ প্ৰবাহিত হোৱাৰ পাছতেই এজন যুৱক সন্ধানহীন
Moran, Dibrugarh | Aug 25, 2025
খোৱাঙত ভয়ংকৰ ঘটনা । বুঢ়ীদিহিং নদীৰ ওপৰত থকা ৰে'লৰ দলঙত বিদ্যুৎ প্ৰবাহিত হৈ এজন যুৱক সন্ধানহীন । সন্ধানহীন যুৱকজন খোৱাং চেনিমাৰী গাঁৱৰ ভক্তি চেতিয়া । সন্ধিয়া লগৰীয়াৰ সৈতে ৰে'লৰ দলঙত ফুৰিবলৈ আহিছিল যুৱকজন । দলঙৰ ওপৰত থকা বিদ্যুৎ পৰিবাহী তাঁৰত যুৱক স্পৰ্শ হয় আৰু লগে লগে এটা বৃহৎ শব্দ কৰি নদীৰ বুকুত সন্ধানহীন হৈ পৰে যুৱকজন
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!