Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: এটা পথ নিৰ্মাণৰ কাম সম্পুৰ্ণ নকৰাত স্বাধীনতা দিৱসৰ দিনাই হাতীঘুলীত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

Sibsagar, Sivasagar | Aug 15, 2025
এটা পথ নিৰ্মাণৰ কাম সম্পুৰ্ণ নকৰাত স্বাধীনতা দিৱসৰ দিনাই হাতীঘুলীত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস।দেশ তথা ৰাজ্যবাসীয়ে উদযাপন কৰিছে ৭৯ সংখ্যক স্বাধীনতা দিৱস।এনে সময়তে শিৱসাগৰ জিলাৰ হাতীঘুলীত দেখা গল এক বিপৰীত প্ৰতিচ্চবি।হাতীঘুলীৰ এটা পথ নিৰ্মাণ কৰা হৈছিল যদিও পথটোৰ নিৰ্মাণৰ কাম আধাতেই সামৰি পেলোৱাৰ ফলত ক্ষুব্ধ ৰাইজে শুক্ৰবাৰে পুৱা এক প্ৰতিবাদ সাব্যস্ত কৰে।
Read More News
T & CPrivacy PolicyContact Us