Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: বিহালীৰ শিয়ালমাৰী, কুলাগুৰিত বন্যহস্তীৰ তাণ্ডৱ, বহু লোকৰ মাটিত পেলাই লগোৱা ধান খাই তহিলং,খেতিয়কৰ প্ৰতিক্ৰিয়া
Biswanath, Biswanath | Sep 5, 2025
বিহালীত পুৱাই দেখিবলৈ পোৱা গল বন্যহস্তীৰ জাক । নিশা বিহালীৰ শিয়ালমাৰী, কুলাগুৰি প্ৰৱেশ কৰিছিল বন্যহস্তীৰ বৃহৎ এটা জাকতো । দুখীয়া কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই লগোৱা ধান খাই তহিলং কৰে । তাৰ পিছতেই পুৱা প্ৰায় ৬ মান বজাত এনেদৰেই জনাঞ্চলৰ পৰা বিহালী অভয়াৰণ্য লৈ প্ৰৱেশ কৰে এই বৃহৎ হাতীৰ জাক তোৱে । যিহেতু দীৰ্ঘ দিনীয়া এই সমস্যা সমাধান কৰাৰ উপৰিও ক্ষতিপূৰণৰ দাবী কৰে খেতিয়কে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!