This browser does not support the video element.
ডিফু: পুৰণা লাহৰিজানত আৰক্ষীৰ তালাচীত বুজন পৰিমানৰ কানি সহ আটক দুই সৰবৰাহকাৰী
Diphu, East Karbi Anglong | Sep 1, 2025
সোমবাৰে দিনৰ প্ৰায় ১২ মান বজাত আৰক্ষীৰ সূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা প্ৰায় ১০ মান বজাত ডিলাই থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানত সন্দেহ যুক্ত কানি সহ দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে আহি থকা HR 26 BZ 6181 ছুইফট ডিজায়াৰ গাড়ীত তালাচী চলাওতে গাড়খনত থকা পঞ্জাৱৰ ৰবিন্দৰ সিঙ আৰু ৰাজিন্দৰ সিঙে নিজৰ গুপ্তাংগৰ স্থানত কৌশলগতভাবে লুকুৱাই অনা ২ কেজি ১৩৮ গ্ৰাম সন্দেহযুক্ত কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কানিখিনি নিৰপেক্ষ সাক্ষীগণৰ