Download Now Banner

This browser does not support the video element.

গোলাঘাট: পুৰণা আমোলাপট্টিৰ গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত বিশেষ সাংগঠনিক সভা, উপস্থিত প্ৰভাৰী তথা সাংসদ ৰামেশ্বৰ তেলী

Golaghat, Golaghat | Aug 26, 2025
পুৰণা আমোলাপট্টিৰ গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত মঙ্গলবাৰে বিয়লি প্ৰায় ৫ মান বজাত বিজেপিৰ এখনি বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। উপস্থিত থাকে গোলাঘাট জিলাৰ দায়িত্বপ্ৰাপ্ত প্ৰভাৰী তথা সাংসদ ৰামেশ্বৰ তেলী।সভাত নৱনিযুক্ত বিজেপি জিলা প্ৰভাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সহ প্ৰভাৰী ব্ৰজেনজিৎ কাকতিক আদৰনি জনোৱাৰ লগতে সাংগঠনিক দিশত আগন্তুক দিনত কৰনীয় সম্পৰ্কে আলোচনা কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us