Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ মৰাণজানাত যুৱতীৰ বিহ পাণ কৰি আত্মহত্যা,প্ৰেমিকৰ বিৰুদ্ধে পলায়নৰ অভিযোগ পৰিয়ালৰ লগতে স্থানীয় লোকৰ
Rangia Part, Kamrup | Aug 24, 2025
ৰঙিয়াৰ মৰাণজানাত হৃদয় বিদাৰক ঘটনা।শনিবাৰে এগৰাকী যুৱতীৰ বিহ পাণ কৰি আত্মহত্যা। হাস্পতালত চিকিৎসকে মৃত ঘোষণা কৰে। দেওবাৰে প্ৰেমিকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মন্তব্য পৰিয়ালৰ লগতে স্থানীয় লোকৰ। দীৰ্ঘদিনে যুৱতী গৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল এজন যুৱকৰ। বিবাহৰ বাবে দুইখন ঘৰৰ মাজত হৈছিল কথাবতৰা।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!