Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰত ভাৰতীয় জনতা যুৱ মৰ্চা ঘগ্ৰাপাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ সাংগঠনিক সভা

Ghograpar Part, Nalbari | Sep 11, 2025
ভাৰতীয় জনতা যুৱ মৰ্চা ঘগ্ৰাপাৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ সাংগঠনিক সভা,সভাত উপস্থিত থাকে ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ সভাপতি মনোজ ডেকা,মণ্ডল সভাপতি গৰাকী উপস্থিত থাকি কাৰ্য্যকৰ্তা সকলক সম্বোধন কৰে৷উক্ত সভাত ভাৰতীয় জনতা যুৱ মৰ্চা ঘগ্ৰাপাৰ মণ্ডলৰ নৱ নিযুক্ত যুৱ আহ্বায়ক আৰু সহ আহ্বায়ক, মণ্ডল যুৱ মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us