Download Now Banner

This browser does not support the video element.

কদম: বগীনদীত মোৰ ৰেচম মোৰ অভিমান অধীনত প্ৰযুক্তি সজাগতা অনুষ্ঠান উপস্থিত জিলা ৰেচম ব'ৰ্ডৰ গবেষণা সম্প্ৰসাৰণ কেন্দ্রৰ বিজ্ঞানী

Kadam, Lakhimpur | Sep 13, 2025
এৰি -মুগাক বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে কেন্দ্রীয় প্ৰযুক্তি হস্তান্তৰ অভিযানৰ অধীনত লখিমপুৰত 'মোৰ ৰেচম মোৰ অভিমান'।উক্ত প্ৰযুক্তি হস্তান্তৰ অভিযান হিচাপে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, বিহপুৰীয়া, বঙালৰাৰ পাছত আজাদ আৰু আজি লখিমপুৰ বগীনদীৰ ৰাজহ চক্র বিষয়াৰ অন্তর্ভুক্ত থৌ থোৱানী গাঁও পঞ্চায়তৰ অন্তৰ্গত জৰাধা ৰংপুৰ পুঁথিভড়াল প্ৰেক্ষাগৃহত শনিবাৰে এক কৃষক প্ৰশিক্ষণ কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হৈ যায়।অনুষ্ঠানত লখিমপুৰ জিলা ৰেচম ব'ৰ্ডৰ গবেষণা সম্প্ৰসাৰণ কেন্দ্রৰ বিজ্ঞানী উপস্থি
Read More News
T & CPrivacy PolicyContact Us