This browser does not support the video element.
ঢকুৱাখানা ভাগ: ঢকুৱাখনাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, জ্বলি ভস্মীভূত হয় জাতিষ্কাৰ ষ্টৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান
Dhakuakhana Part, Lakhimpur | Jul 9, 2025
ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান নিশ্চিহ্ন হল অগ্নিকাণ্ডত।বুধবাৰে পুৱতি নিশা সংঘটিত হল এই মৰ্মান্তিক ঘটনা।ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ১নং বানতৌ গাঁওৰ "জাতিষ্কাৰ ষ্টৰ"ত সংঘটিত অগ্নিকাণ্ডত ভস্মীভূত হল সমস্ত গৃহ আৰু সামগ্ৰী।ঘটনাৰ বিবৰণী মতে বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত বানতৌ গাঁওৰ এইখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান জুইৰ লেলিহান শিখাই আৱৰি ধৰা দৃষ্টিগোচৰ হয় গঞাৰ।তৎক্ষণাত নাতি দূৰৈত থকা স্বত্বাধিকাৰী আৰু ৰাইজক অৱগত কৰাত ৰাইজ আহি অগ্নি নিৰ্বাপনৰ কৰে।