Download Now Banner

This browser does not support the video element.

তেজপুৰ: শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত কাৰ্যালয় আজি শুভ উদ্বোধন কৰে বিধায়কে

Tezpur, Sonitpur | Sep 11, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত কাৰ্যালয় বৃহস্পতিবাৰে দিনৰ ১২ বাজি ১৫ মিনিটত শুভ উদ্বোধন কৰে বৰছলা সমষ্টিৰ বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷ আজি বৰছলা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু পঞ্চায়ত জনপ্ৰতিনিধি সকলৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে উক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে বিধায়ক গনেশ কুমাৰ লিম্বুৱে ৷আজি এক উদুলিমুদুলি পৰিবেশ দেখিবলৈ পোৱা গল উক্ত কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ৷
Read More News
T & CPrivacy PolicyContact Us