This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: জহিংত লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱৰ কৰম ডাল বিসৰ্জন কাৰ্য্যসূচী
North Lakhimpur, Lakhimpur | Sep 4, 2025
অসম চাহ জনজাতি ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ লখিমপুৰৰ জহিং খেলপথাৰত অনুষ্ঠিত হয় লখিমপুৰ কেন্দ্ৰীয় কৰম উৎসৱ । চাহ জনগোষ্ঠীয় সমাজৰ কৃষিভিত্তিক কৰম উৎসৱটি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে লখিমপুৰতো উলহমালহেৰে উদযাপন হয় । জহিঙত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কৰম উৎসৱৰ বৃহস্পতিবাৰে জহিং নৈত লখিমপুৰ ডাৰ বিসৰ্জন কাৰ্য্যসূচী অনুষ্ঠিত হয় ।