Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: নতুন চিৰাজুলিত অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সংবাদ মেল

Dhekiajuli Part, Sonitpur | Sep 3, 2025
শোণিতপুৰ জিলাৰ অন্তৰ্গত নতুন চিৰাজুলিত অসম চাহ বাগিছা প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বুধবাৰে বিয়লি ৪ বজাত এখন সংবাদ মেল অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক সকলে বিগত সময়চোৱাৰ পৰা বৰ্তমানলৈকে অস্থায়ী শিক্ষক হিচাপে শিক্ষকতা কৰি আহিছে ৷ সেয়েহে চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক সকলক স্থায়ী নিযুক্তি দিয়াৰ দাবীত আজি এই সংবাদ মেল অনুষ্ঠিত কৰে ৷
Read More News
T & CPrivacy PolicyContact Us