Download Now Banner

This browser does not support the video element.

টিহু ভাগ: নলবাৰীৰ টিহুত টিহু নৱনিৰ্মাণ যুৱ সমাজৰ উদ্যোগত পোহৰ প্ৰডাকচন আৰু টিহুবাসী ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি

Tihu Part, Nalbari | Sep 28, 2025
নলবাৰীৰ টিহুত টিহু নৱনিৰ্মাণ যুৱ সমাজৰ উদ্যোগত পোহৰ প্ৰডাকচন আৰু টিহুবাসী ৰাইজৰ সহযোগত মৰমৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।হাৰ্টথ্ৰব জুবিন গাৰ্গৰ দহা সকামৰ লগত সংগতি ৰাখি টিহু নদীৰ পাৰৰ শ্বহীদ স্মৃতি উদ্যানঘাটত ৰাজহুৱা মুণ্ডণ কাৰ্যসূচী ৰূপায়ন কৰে।অঞ্চলটোৰ একাদিক্ৰমে প্ৰায় ৭১ গৰাকী জুবিন অনুৰাগীয়ে মুণ্ডন কৰি শিল্পীগৰাকীৰ ন্যায় দাবী কৰে।
Read More News
T & CPrivacy PolicyContact Us