Download Now Banner

This browser does not support the video element.

মৰঙী: নুমলীগড়ত জুবিন গাৰ্গৰ শেষ ইচ্ছা পূৰণ, ব্ৰহ্মপুত্ৰ বুকুলৈ আজি অন্ত্যেষ্টিক্ৰিয়াৰ দিনা কালীয়নি নদীত ভূৰত উটালে জুবিনক

Morangi, Golaghat | Sep 23, 2025
নুমলীগড়ত জুবিন গাৰ্গৰ শেষ ইচ্ছা পূৰণ। মঙ্গলবাৰে বিয়লি প্ৰায় ৪ মান বজাত অন্ত্যেষ্টিক্ৰিয়াৰ দিনাই ব্ৰহ্মপুত্ৰৰ বুকুলৈ বুলি কালীয়নি নদীত ভূৰত উটালে জুবিনৰ প্ৰতিকৃতি। উল্লেখ্য যে, জুবিনে বিচাৰিছিল মৃত্যুৰ পিছত তেওঁৰ ঠিকনা ব্ৰহ্মপুত্ৰ হওঁক। আজি অন্তেষ্টিক্ৰিয়াৰ দিনা কালীয়নি নদীত ব্ৰহ্মপুত্ৰৰ বুকুলৈ বুলি প্ৰিয় শিল্পীগৰাকীৰ ইচ্চানুসৰিয়েই ভূৰত উঠাই প্ৰতিকৃতি উটুৱাই দিলে নুমলীগড়বাসীয়ে।
Read More News
T & CPrivacy PolicyContact Us