Download Now Banner

This browser does not support the video element.

উত্তৰ লক্ষীমপুৰ: জনজাতি কৰণৰ লগতে স্বায়ত্ব পৰিষদ গঠনৰ দাবীত নগৰৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত টাইপাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী

North Lakhimpur, Lakhimpur | Sep 13, 2025
উত্তৰ লখিমপুৰ নগৰৰ লখিমপুৰজিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত শনিবাৰে টাইপাৰ এক ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী । টাই আহোম সকলক শীঘ্রেই অনুসূচীত জনজাতিৰ মৰ্যাদা প্রদান কৰাৰ দাবীৰ লগতে টাই আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ দাবীত এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী টাইপা আৰু টাই আহোম মহিলা পৰিষদৰ ।
Read More News
T & CPrivacy PolicyContact Us