Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত লুম্বাজং শিক্ষা উন্নয়ন খণ্ডৰ উদ্যোগত কেন্দ্ৰীয় ভাবে  ৬৪ সংখ্যক শিক্ষক দিৱস উদযাপন

Diphu, East Karbi Anglong | Sep 5, 2025
সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শুকুৰবাৰে দিনৰ প্ৰায় ২ বজাত লুম্বাজং শিক্ষা খণ্ড উন্নয়নৰ উদ্যোগত ডিফুস্থিত লাংকুং হাবে মেমৰিয়েল টাউন হলত সৰ্বপল্লী ৰাধা কৃষ্ণনৰ ৬৪ সংখ্যক জন্মজয়ন্তী উপলক্ষে কেন্দ্ৰীয় ভাবে শিক্ষক দিৱস উদযাপন কৰা হয় ৷ উক্ত কাৰ্যসূচীত শিক্ষক-শিক্ষয়িত্ৰী সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ কাৰ্যসূচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙ
Read More News
T & CPrivacy PolicyContact Us