Download Now Banner

This browser does not support the video element.

জলহ ভাগ: ছাত্ৰ সন্থাৰ উদ্যোগত ৪০ গৰাকী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা

Jalah Part, Baksa | Aug 25, 2025
মথনগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত বাক্সাৰ লাৱদাংগুৰিত অনুষ্ঠিত হয় এক বিশেষ অভিনন্দন অনুষ্ঠান ৷ য'ত অঞ্চলটোৰ প্ৰায় ৪০ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৭ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জ্ঞাপন কৰে ছাত্ৰ সন্থাই ৷  আজিৰ অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি লাৱদাংগুৰী অঞ্চলৰ ৰাইজে । ছাত্ৰ সন্থাৰ এনেকুৱা কাৰ্য্যক ভূয়সী প্ৰশংসা কৰে ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us