Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰি বাগিচাৰ এগৰাকী ছাত্ৰী নিৰুদ্দেশ, বিদ্যালয়লৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ পৰে ছাত্ৰীগৰাকী, আৰক্ষীক এজাহাৰ দাখিল

Sonari, Charaideo | Aug 23, 2025
চৰাইদেউ জিলাৰ অভয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰি বাগিচাৰ নিবাসী অৰ্জুন তন্তবাইৰ অন্যা নিৰুদ্দেশ। নিৰুদ্দেশ হোৱা ছাত্ৰী গৰাকীৰ নাম ৰিতু তন্তবাই। সোণাৰি পদ্মকুমাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰী ৰীতু তন্তবাই। যোৱা বুধবাৰে ছাত্ৰী গৰাকী নিজৰ বান্ধবীৰ সৈতে ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁ বুলি ওলাই অহাৰ পৰাই নিৰুদ্দেশ হৈ পৰে। ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ছাত্ৰী গৰাকী সন্ধিয়া পৰ্যন্ত ঘৰলৈ উভতি নহাত বহু ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান ওলিয়াবলৈ সক্ষম নহ'ল। অৱশেষত অভয়পুৰ আৰক্ষীক
Read More News
T & CPrivacy PolicyContact Us