Download Now Banner

This browser does not support the video element.

ধেমাজি: জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত সম্পূৰ্ণতা অভিযান অনুষ্ঠান, উপস্থিত জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাবীৰ

Dhemaji, Dhemaji | Aug 26, 2025
মঙ্গল বাৰে দিনৰ প্ৰায় এক মান বজাত জোনাই সম-জিলা প্ৰশাসনৰ উদ্যোগত জোনাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ মুকলি প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা সম্পূৰ্ণতা অভিযান অনুষ্ঠিত কৰা হয়। আজি এই অনুষ্ঠানত মহিলা হবলি কৰণ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা লগতে'সম্পূৰ্ণতা অভিযান'ৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যত উপনীত হোৱা বিভাগ সমূহক বঁটা প্ৰদান কৰা হয
Read More News
T & CPrivacy PolicyContact Us