Download Now Banner

This browser does not support the video element.

জলহ ভাগ: শিমলাঝাৰ পশ্চিম চোপাত অনুষ্ঠিত হোৱা বিপিএফৰ যোগদান কাৰ্যসূচীত এক শতাধিক লোকৰ যোগদান

Jalah Part, Baksa | Sep 9, 2025
শিমলাঝাৰ পশ্চিম চোপাত অনুষ্ঠিত হোৱা বিপিএফৰ যোগদান কাৰ্যসূচীত এক শতাধিক লোকৰ যোগদান।  আজি পশ্চিম হাউলী প্ৰাইমাৰীৰ অন্তৰ্গত শিমলাঝাৰ পশ্চিম চোপাত অনুষ্ঠিত হোৱা ৰাজনৈতিক সজাগতা সভাত যোগদান কৰে এক শতাধিক লোকে । আজিৰ এই সভাত উপস্থিত থাকে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ, যুৱনেতা কামাল আজাদ আদি কৰি মথনগুৰী মণ্ডল বিপিএফৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।
Read More News
T & CPrivacy PolicyContact Us