Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: কেৱল UPPL য়ে নহয়,BPF ৰ লগতো গোপন মিত্ৰতা আছে BJPৰ, চতিয়াৰ নদঙাত কংগ্ৰেছৰ বিধায়িকা শিৱা মণি বৰাৰ মন্তব্য

Biswanath, Biswanath | Sep 9, 2025
সমাগত BTC নিৰ্বাচনৰ বাবে মাৰাথান প্ৰচাৰ অভিযানত নামিছে কংগ্ৰেছ দল।বিশ্বনাথ জিলাৰ অন্তৰ্গত ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী চেৰাংছা দৈমাৰীৰ হৈ আজি চতিয়াৰ ডিপলোংগা, ইটাখুলা , নগদা আদিত প্ৰচাৰ চলালে কংগ্ৰেছী বিধায়ক শিৱা মনি বৰা,চতিয়া সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক প্ৰানেশ্বৰ বসুমতাৰী, বিশ্বনাথৰ যুৱ নেতা জয়ন্ত বৰা সহ কংগ্ৰেছৰ বহু নেতা কৰ্মীয়ে।
Read More News
T & CPrivacy PolicyContact Us